ৰাবাৰ(rubber)
ৰাবাৰ খেতিৰ লাভজনক ব্যৱসায় এটি আৰম্ভ কৰিবলৈ অতি কম মূলধন বিনিয়োগ কৰিলেই হয়।ৰাবাৰৰ গছত এটি হেলনীয়া কাট দি তাৰ পৰা লেতেক্স লোৱা হয়(ছবিত দেখুওৱা ধৰণে)।তাৰ পিছত লেতেক্সবোৰ প্ৰসেচিং ৰ বাবে পঠোৱা হয়।তাত এইবোৰৰ প্ৰচেছিং কৰি ৰদত শুকুৱা হয়।তাৰ পিছত ইয়াক ধোৱা দি শুকুৱা হয়(৩ পৰা ৪দিন)।তাৰ পিছত অইন কাৰখানালৈ পঠোৱা হয়।প্ৰতি এখন লেতেক্স চিতত ৮০ পৰা ৯০ টকা লাভ কৰিব পাৰি।বিভিন্ন অটোমবাইল কাৰখানাত ইয়াৰ ব্যৱহাৰ কৰা হয়(around 60% of total rubber production in india)


Comments
Post a Comment