সৰিয়হ

সৰিয়হৰ খেতিডৰা ভাল হবৰ বাবে পানী জমা হব দিব নালাগে।সৰিয়হৰ পৰা তেল চেপি
উলিওৱাৰ পিছত তাৰ অবশিষ্ট খিনি আচাৰ বনাব পাৰি।সৰিয়হৰ অধিক উৎপাদনৰ বাবে খেটিদৰাৰ  ওচৰত মৌবাঁহ সাজি দিব পাৰি।মৌ জোল আৰু তেল দুটাও একে সময়তে পোৱা যাব।

Comments

Popular Posts