বায়োএজেন্ত
কেতিয়াবা কোনো কৃষি বিষয়াই সাৰৰ প্ৰয়োগ কৰিব দিলে উপৰত লিখা থাকে bioveer,biosaar আদি।এইবোৰৰ প্ৰস্তুত কৰোতে কিছুমান বিশেষ উপকাৰী অনুজীৱ ব্যবহাৰ কৰা হয়।এটা carrier materialৰ লগত ইহঁতক বিশেষ প্ৰক্ৰিয়াৰে মিহলি কৰা যায়।ইহঁতক বিভিন্ন বেমাৰৰ বিৰুদ্ধে প্ৰয়োগ কৰা হয়।তলত Trichoderma viridae অনুজীৱ বিধৰ বৃদ্ধিৰ চিত্ৰ দিয়া হৈছে।


Comments
Post a Comment